ঔদ্যোগিক ন্যায়াধিকৰণ

শেহতীয়া উন্নীতকৰণ: March 27, 2024

শ্ৰম আৰু কল্যাণ বিভাগে ঔদ্যোগিক শ্ৰমিকসকলৰ প্ৰকৃত বিবাদবোৰ নিৰ্ণয়ৰ বাবে ঔদ্যোগিক ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰে যিবোৰ ৰাজ্যৰ সমাধান তন্ত্ৰৰ প্ৰচেষ্টা স্বত্বেও অমীমাংসিত হৈ আছে। এনে ধৰণৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰে ক্ৰমে গুৱাহাটী, শিলচৰ আৰু ডিব্ৰুগড়ত তিনিটা ঔদ্যোগিক ন্যায়াধিকৰণ স্থাপন কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে শ্ৰমিক আৰু ব্যৱস্থাপকক ন্যায় প্ৰদান কৰা যাৰ দ্বাৰা শ্ৰমিকসকলৰ মাজত আত্মবিশ্বাস আৰু সন্তুষ্টিৰ অনুভূতি জাগ্ৰত হয়।

ক্ৰ. নং ঔদ্যোগিক ন্যায়াধিকৰণ ঠিকনা আৰু যোগাযোগৰ নম্বৰ আঞ্চলিক অধিকাৰ ক্ষেত্ৰ
গুৱাহাটী ঔদ্যোগিক ন্যায়াধিকৰণ, গুৱাহাটী, উপায়ুক্ত কৰ্যালয় ভৱন, কামৰূপ (ম), ২য় মহলা, ৰুম নং.৬৯, গুৱাহাটী – ৭৮১০০১. ফো নং. ৯৮৫৯১৬৬২৩২ বিশ্বনাথ চাৰিআলি, শোণিতপুৰ, নগাওঁ, মৰিগাওঁ, কামৰূপ, নলবাৰী, দৰং, বৰপেটা, গোৱালপাৰা, ধুবুৰী, বঙাইগাওঁ, চিৰাং, বাক্সা, কোকোৰাঝাৰ, গোৱালপাৰা, গুৱাহাটী
ডিব্ৰুগড় ঔদ্যোগিক ন্যায়াধিকৰণ, ডিব্ৰুগড়,জীৱন ফুকন নগৰ, পি.অ. চি.আৰ. ভৱন ডিব্ৰুগড়, অসম, পিন-৭৮৬০০৩ ডিব্ৰুগড়, গোলাঘাট, লক্ষীমপুৰ, ধেমাজি, যোৰহাট, তিনিচুকীয়া, কাৰ্বি আংলং
শিলচৰ ঔদ্যোগিক ন্যায়াধিকৰণ, ইটখোলা, শিলচৰ যোগাযোগ নম্বৰ-০৩৮৪২-২৬১৬০৬ কাচাৰ/শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি
Universal Accessibility Menu